ଅର୍ଥ : বিশ্বাসঘাতকতা কৰা ব্যক্তি
ଉଦାହରଣ :
আধুনিক যুগত বিশ্বাসঘাতকৰ অভাৱ নাই
ସମକକ୍ଷ : বিশ্বাসঘাতকী, বিশ্বাসঘাতী
ଅର୍ଥ : বিশ্বাসঘাত কৰোতাজন
ଉଦାହରଣ :
বিশ্বাসঘাতক লোকযে সমাজত কমা নাই ইতিহাস তাৰ সাক্ষী
ସମକକ୍ଷ : বিশ্বাসঘাতকী, বিশ্বাসঘাতী