ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বিশ্ব ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বিশ্ব   বিশেষ্য

ଅର୍ଥ : সংসাৰ বা ভূমণ্ডলৰ বিশেষ হিচাপে গণ্য কৰা এক ভাগ

ଉଦାହରଣ : পোক-পতঙ্গৰ এখন বেলেগ জগত আছে

ସମକକ୍ଷ : জগত, দুনীয়া, সংসাৰ

ଅର୍ଥ : পৃথিৱীত থকা লোক

ଉଦାହରଣ : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে

ସମକକ୍ଷ : জগত, জনতা, জনসাধাৰণ, লোক, সংসাৰ, ৰাইজ

ଅର୍ଥ : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো

ଉଦାହରଣ : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব

ସମକକ୍ଷ : ইহজগত, ইহলোক, জগত, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, লোক, সংসাৰ, সৃষ্টি

ଅର୍ଥ : মানুহ আৰু অন্যান্য জীৱ-জন্তুৱে বাস কৰা সৌৰজগতৰ এটি গ্রহ

ଉଦାହରଣ : পৃথিৱী সূর্যৰ ্ চাৰিওফালে ঘূৰে

ସମକକ୍ଷ : ইহজগত, জগত, জীৱলোক, ধৰণী, ধৰা, ধৰিত্রী, পৃথিৱী, বসুধা, বসুমতী, ভূ, ভূলোক, ভূৱন, মর্ত্য, মেদিনী