ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো বিশেষ কাৰণত ব্যৱহাৰ কৰিবৰ কাৰণে ৰাখি থোৱা
ଉଦାହରଣ : শ্যামে নিৰ্দিষ্ট পোছাক পৰিধান কৰি সমাৰোহলৈ আহিছিল
ସମକକ୍ଷ : নিৰ্দিষ্ট
ଅର୍ଥ : যিটো কোনো বিশেষত্বযুক্ত
ଉଦାହରଣ : তেওঁ বিশিষ্ট কামহে কৰে
ସମକକ୍ଷ : বিশিষ্ট
ଅର୍ଥ : সাধাৰণতকৈ অতিৰিক্ত তথা তাতকৈ অলপ আগবঢ়া বা যিমান হোৱা উচিত বা হয় তাতকৈ অলপ অধিক
ଉଦାହରଣ : মই ইয়াত এক বিশেষ কামৰ কাৰণে আহিছোঁ
ସମକକ୍ଷ : জৰুৰী
ସଂସ୍ଥାପନ କରନ୍ତୁ