ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যʼত কোনো ময়লা বা কলুষতা নাই
ଉଦାହରଣ : শুদ্ধ অন্তৰেৰে ঈশ্বৰক স্মৰণ কৰিব লাগেজুৰিৰ পানী নি্র্মল
ସମକକ୍ଷ : অপংকিল, অপঙ্কিল, অমলিন, কলুষহীন, চাফা, নি্র্মল, পবিত্র, প্রাঞ্জল, পৰিষ্কাৰ, বিমল, শুদ্ধ, স্বচ্ছ
ଅର୍ଥ : যিটো পৰিশোধিত কৰা হৈছে বা যি পৰিশুদ্ধ
ଉଦାହରଣ : এইটো খাঁটি সোণৰ বিস্কুট
ସମକକ୍ଷ : আচল, খাঁটি
ଅର୍ଥ : যিটো মিশ্রিত নহয়
ଉଦାହରଣ : সোণ এবিধ অমিশ্রিত ধাতু
ସମକକ୍ଷ : অমিশ্র, অমিশ্রিত
ସଂସ୍ଥାପନ କରନ୍ତୁ