ଅର୍ଥ : থালী বা পাতত আহাৰ দিয়া কার্য
ଉଦାହରଣ :
মায়ে আমাৰ সকলোৰে কাৰণে আহাৰ পৰিৱেশন কৰিছে
ସମକକ୍ଷ : পৰিৱেশন কৰা, বঢ়া
ଅର୍ଥ : এজন এজন কৰি সকলোৰে সন্মুখত উপস্থিত কৰা
ଉଦାହରଣ :
ৰামুৱে মজলিচত পাণ বিলাই আছিল
ସମକକ୍ଷ : পৰিৱেশন কৰা