ଅର୍ଥ : এক হাজাৰ নিযুত বা শত কোটি
ଉଦାହରଣ :
ভাৰত চৰকাৰে প্রতি বছৰে পৰিকল্পনা শিতানত বহু বিলিয়ন টকা বিনিয়োগ কৰে
ସମକକ୍ଷ : শতকোটি, ১০০০০০০০০০০
ଅର୍ଥ : এক মিলিয়ন মিলিয়ন
ଉଦାହରଣ :
কোম্পানীৰ বিলিয়ন ডলাৰৰ ধাৰ আছে
ସମକକ୍ଷ : 1000000000000, দহ হাজাৰ কোটি