ଅର୍ଥ : কাৰোবাৰ জিম্মা বা নামত থকা কোনো ধন অথবা কাৰোবাক দিয়া মালবস্তুৰ বিৱৰণ আৰু মূল্যৰ হিচাপ থকা কাগজ বিশেষ
ଉଦାହରଣ :
এই মাহৰ টেলিফোনৰ বিল এতিয়ালৈকে অহা নাই
ଅର୍ଥ : বিধান সভাত কোনো আইন গৃহীত কৰাৰ আগেয়ে উত্থাপন কৰা বিধান বা আইনৰ প্রস্তাৱিত ৰূপ
ଉଦାହରଣ :
এই বিধেয়কখনক লৈ বিধান সভাত বহুত হুলস্থূল লাগিল
ସମକକ୍ଷ : বিধেয়ক