ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বিবাদ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বিবাদ   বিশেষ্য

ଅର୍ଥ : কোনো কথাত হোৱা দন্দ্ব বা তর্কা-তর্কি

ଉଦାହରଣ : তেওঁ ্ কাজিয়াৰ কাৰণ জানিব বিচাৰিছে

ସମକକ୍ଷ : কন্দল, কলহ, কলৌ, কাজিয়া, কাজিয়া-পেচাল, খৰিয়াল, জগৰা, ঝগড়া, দন, দন-খৰিয়াল, দন-হাই, দন্দ-খৰিয়াল, দন্দ্ব, বাদ-বিবাদ, যুঁজ, যুঁজ-্বাগৰ, হাই-কাজিয়া, হুৰা-মুৰা, হুৰামুৰি

ଅର୍ଥ : দুই বা ততোধিক বিৰোধী পক্ষ থকা আৰু যাৰ সত্যতাৰ প্রমাণ হʼবলৈ আছে তেনেধৰণৰ কথা বা বিষয়

ଉଦାହରଣ : ৰাম আৰু শ্যামৰ মাজত চলি থকা ভূমিৰ বিবাদৰ এতিয়ালৈকে কোনো সিদ্ধান্ত নহʼল