ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : প্রকৃতি, প্রবৃত্তি, স্থিতি আদিৰ বিচাৰত কাৰোবাৰ সৈতে মোকাবিলা কৰোঁতে যি আনৰ পক্ষত থাকে
ଉଦାହରଣ : মই তেওঁক যি কথা কওঁ তেওঁ ঠিক তাৰ ওলোটা কামহে কৰে
ସମକକ୍ଷ : অন্যথা, উল্টা, ওলোটা, বিৰুদ্ধ
ଅର୍ଥ : যি ক্রম, মান্যতা আদি অনুসৰি কাৰোবাৰ বিৰুদ্ধে থকা বা আন পক্ষত থকা
ଉଦାହରଣ : তেওঁলোক দুয়ো বিপৰীত চিন্তাধাৰাৰ হোৱা সত্ত্বেও ভাল বন্ধু
ସମକକ୍ଷ : ওভটা, ওভোতা, ওলোটা, ওল্টা, পূৰক, প্রতিমুখ, প্রতিলোম, বিৰোধী, সম্পূর্ণ বিপৰীত
ଅର୍ଥ : যি শ্্ব্দৰ অর্থ অন্য কোনো শ্্ব্দৰ অর্থতকৈ পৃথক হয়
ଉଦାହରଣ : জলৰ বিপৰীত শ্্ব্দটো লিখক
ଅର୍ଥ : যি অনুকূল বা হিতসাধনত সহায়ক নহয়
ଉଦାହରଣ : পৰিস্থিতি বিপৰীত হোৱা দেখি ্তেওঁ উঠি গুচি গʼল
ସମକକ୍ଷ : প্রতিকূল, প্রতীপ, বিৰুদ্ধ
ସଂସ୍ଥାପନ କରନ୍ତୁ