ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বিপদ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বিপদ   বিশেষ্য

ଅର୍ଥ : বিপত্তিৰ সম্ভাৱনা থকা স্থিতি

ଉଦାହରଣ : তেওঁ নিজৰ জীৱন বিপদত পেলাই ডুবিবলৈ লোৱা শিশুটোক বচালে

ସମକକ୍ଷ : অথন্তৰ, আপদ, আপদ-বিপদ, আফত, আলৈ-আথানি, আলৈ-আহুকাল, আলৈ-বিপদ, আলৈ-বিলৈ, জংকট, নিদান, পয়মাল, পৰাঠ, বিঘিনি, বিপত্তি, বিপদ-আপদ, বিপদ-বিঘিনি, বিপাক, বিলাই, বিলাই-বিপত্তি, বেফাই, মস্কিল, সংকট, হস্কিল-মস্কিল, ্আসোঁৱাহ-বিসোঁৱাহ্

ଅର୍ଥ : কল্যাণ বা মংগল নথকা

ଉଦାହରଣ : তোমাৰ এই কামটোৰ দ্বাৰা সকলোৰে অমংগলহে হʼব

ସମକକ୍ଷ : অকল্যাণ, অনিষ্ট, অপকাৰ, অপায়-অমংগল, অমংগল, অমঙ্গল, অশুভ, অহিত, বিমংগল, বিমঙ্গল

ଅର୍ଥ : কোনো অঘটনীয় ঘটনাৰ পৰা উৎপন্ন হোৱা এনেকুৱা পৰিস্থিতি যʼত ডাঙৰ ক্ষতি হʼব পাৰে

ଉଦାହରଣ : সংকটতত মগজুৱে কাম নকৰা হয়

ସମକକ୍ଷ : সংকট

ଅର୍ଥ : সংগতি বিহীন বা বিচিত্র ধৰণৰ কথা

ଉଦାହରଣ : বিপদ হʼল মহাৰাজ ! ৰাজকুমাৰী মহলত নাই