ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ধ্বংস কৰা ব্যক্তি
ଉଦାହରଣ : শিৱক সৃষ্টিৰ বিনাশক বুলি কোৱা হয়
ସମକକ୍ଷ : ধ্বংসকাৰী, নাশী, বিনাশক, সংহাৰক
ଅର୍ଥ : যিটো নষ্ট হৈ যায়
ଉଦାହରଣ : এই দেহা নশ্বৰ
ସମକକ୍ଷ : অনিত্য, অশাশ্বত, ক্ষয়শীল, নশ্বৰ, ভঙ্গুৰ
ଅର୍ଥ : যি নাশ কৰে
ଉଦାହରଣ : কৃষকে খেতিপথাৰত কীট-নাশক ঔষধ ছটিয়াই আছে
ସମକକ୍ଷ : নাশক, বিনাশক
ଅର୍ଥ : যি নাশ বা ধ্বংসৰ যোগ্য
ଉଦାହରଣ : বিনাশশীল বস্তুক যিমানেই সাৱধানে নৰখা কিয়, এদিন সি নাশ হʼবই
ସମକକ୍ଷ : ধ্বংসনীয়, নাশশীল, বিনাশশীল
ସଂସ୍ଥାପନ କରନ୍ତୁ