ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ধ্বংস কৰা ব্যক্তি
ଉଦାହରଣ : শিৱক সৃষ্টিৰ বিনাশক বুলি কোৱা হয়
ସମକକ୍ଷ : ধ্বংসকাৰী, নাশী, বিনাশী, সংহাৰক
ଅର୍ଥ : যি বস্তুৱে ধ্বংস কৰে
ଉଦାହରଣ : বাৰুদ এক বিনাশক
ସମକକ୍ଷ : ধ্বংসক
ଅର୍ଥ : যি কাৰোবাক হত্যা কৰিছে
ଉଦାହରଣ : এই মোকর্দ্্মাত সকলো হত্যাকাৰী ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা হʼল
ସମକକ୍ଷ : অপঘাতক, অপঘাতী, আততায়ী, খুনী, ঘাতক, নিহন্তা, প্রাণহন্তা, প্রাণহন্ত্রী, বধকর্ত্তা, বধকাৰী, মাৰক, সংহাৰক, হত্যাকাৰী, হননকাৰী, হন্তাৰক, হন্ত্রী, ্বধকর্তা
ଅର୍ଥ : যি নাশ কৰে
ଉଦାହରଣ : কৃষকে খেতিপথাৰত কীট-নাশক ঔষধ ছটিয়াই আছে
ସମକକ୍ଷ : নাশক, বিনাশী
ସଂସ୍ଥାପନ କରନ୍ତୁ