ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বিদ্রোহী ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বিদ্রোহী   বিশেষ্য

ଅର୍ଥ : যি বিদ্রোহ কৰে

ଉଦାହରଣ : পুলিচৰ সৈতে হোৱা সংঘর্ষত ্চাৰিটা বিদ্রোহী মৰিল

বিদ্রোহী   বিশেষণ

ଅର୍ଥ : যি কাৰোবাৰ বিৰুদ্ধে বিদ্রোহ কৰে

ଉଦାହରଣ : বিদ্রোহী ব্যক্তিসকলে মন্ত্রীৰ আবাসত জুই লগাই দিলে

ଅର୍ଥ : বিদ্রোহ কৰোঁতা বা হানি কৰোঁতা

ଉଦାହରଣ : বিদ্রোহী ব্যক্তিসকলেই দেশখনক বিপদত পেলাইছে

ଅର୍ଥ : বিদ্রোহৰ বা বিদ্রোহ সম্বন্ধী

ଉଦାହରଣ : তেওঁ বিদ্রোহী ভাৱধাৰাক ঠন ধৰিবলৈ দি নিবিচাৰে বিদ্রোহী নেতাই ৰাষ্ট্র ব্যৱস্থাকে ওলোটাই দিলে