ଅର୍ଥ : কোনো শৈক্ষিক সংস্থাৰ শিক্ষক, বিদ্যার্থী আদি
ଉଦାହରଣ :
পোন্ধৰ আগষ্টত সম্পূর্ণ বিদ্যালয়ে খেল ধেমালিত অংশগ্রহণ কৰিলে
ସମକକ୍ଷ : স্কুল
ଅର୍ଥ : যি সময়সীমাৰ ভিতৰত স্কুলৰ শিক্ষাদান আদি কার্য হয়
ଉଦାହରଣ :
স্কুলৰ পিছত আমি চিধা ঘৰলৈ যাম মোৰ স্কুল চাৰি বজালৈকে হয়
ସମକକ୍ଷ : স্কুল
ଅର୍ଥ : এক শৈক্ষিক সংস্থা বা শিক্ষা প্রদান কৰোঁতা সংস্থা
ଉଦାହରଣ :
এই বিদ্যালয় চাৰি বছৰ আগতে স্থাপন হৈছিল
ସମକକ୍ଷ : শিক্ষানুস্থান