ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বিদ্যা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বিদ্যা   বিশেষ্য

ଅର୍ଥ : কোনো বিষয়ত জড় পদার্থ ্বা লৌকিক বিষয়ৰ ্সন্দর্ভত ্লাভ কৰা কোনো কথা বা তত্ত্বৰ প্রণালীবদ্ধ বিৱৰণ যি এক স্বয়ং সম্পূর্ণ ্শাস্ত্রৰ ৰূপত থাকে

ଉଦାହରଣ : ৰামে ৰাজনীতি বিজ্ঞান পঢ়ি আছে ৰাহুলে বর্ত্্মান জ্যোতিষ বিদ্যা অধ্যয়ন কৰি আছে

ସମକକ୍ଷ : বিজ্ঞান, শাস্ত্র

ଅର୍ଥ : মোক্ষ প্রাপ্তি বা পৰম পুৰুষার্থ সিদ্ধি কৰা জ্ঞান

ଉଦାହରଣ : বিদ্যাৰ অভাৱত জীৱই জন্ম-মৃত্যুৰ পাকত পৰি থাকে

ଅର୍ଥ : শিক্ষা আদিৰ পৰা লাভ কৰা জ্ঞান

ଉଦାହରଣ : পুৰণিকালত কাশী বিদ্যা লাভৰ কেন্দ্র আছিল