ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : সন্মুখ বা ওচৰত আহি থকা
ଉଦାହରଣ : আজি শ্রেণীত দহজন ছাত্র উপস্থিত আছিল কোঠাৰ সকলো বস্তু নিজ নিজ ঠাইত মজুত আছিল
ସମକକ୍ଷ : উপস্থিত, মজুত, মজুদ, হাজিৰ
ଅର୍ଥ : যাৰ অস্তিত্ব আছে
ଉଦାହରଣ : জনা-শুনা সমস্যাবোৰ দূৰ নকৰাকৈ একোৱেই হʼব নোৱাৰে
ସମକକ୍ଷ : জনা-শুনা, বাহাল, বিৰাজমান, স্থিত
ସଂସ୍ଥାପନ କରନ୍ତୁ