ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : মিথিলাৰ ৰজা আৰু সীতাৰ পিতৃ
ଉଦାହରଣ : জনক এজন বৰ জ্ঞানী ৰজা আছিল
ସମକକ୍ଷ : জনক, মিথিলাপতি, মিথিলাৰাজ, ৰজা জনক
ଅର୍ଥ : যাৰ শৰীৰ নাই
ଉଦାହରଣ : ভূত-প্রেতক অশৰীৰী হিচাপে গণ্য কৰা হয়
ସମକକ୍ଷ : অকায়, অতনু, অশৰীৰ, অশৰীৰী, অৱয়ববিহীন, অৱয়বহীন, কায়াশূন্য, কায়াহীন, দেহবিহীন, দেহশূন্য, দেহহীন, নিৰৱয়ব, বিদেহী, শৰীৰবিহীন, শৰীৰহীন
ସଂସ୍ଥାପନ କରନ୍ତୁ