ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বিড়ম্বনা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বিড়ম্বনা   বিশেষ্য

ଅର୍ଥ : নিজা স্বার্থপূৰণৰ কাৰণে কাৰোবাক প্রতাৰণা কৰি কৰা কাম

ଉଦାହରଣ : তেওঁ ্ছল-চাতুৰী কৰি সমস্ত মাটি সম্পত্তি নিজৰ কৰি লʼলে

ସମକକ୍ଷ : কপট, কপটতা, কপটালি, কাপট্য, কুষাৰি, কৰাল, খেপ, খেপা-খেপি, চতুৰালি, চাতুৰী, চালাকি, চয়তানি, ছল-চাতুৰী, ছলনা, ছলাহ, ঠগন, ঢাকলি, প্রতাৰণা, প্রৱঞ্চনা, ফাং, ফাং-বাজী, বঞ্চনা, ভণ্ডামি, ভণ্ডালি, লগোৱা-ভগোৱা-, লেং-মৰা-, শঠতা, শাঠ্য

ଅର୍ଥ : আশাকৰা কোনো কথা আৰু বাস্তৱত ঘটা কোনো ঘটনাৰ মাজত হোৱা বিসংগতি

ଉଦାହରଣ : এইটো কালৰ কি বিড়ম্বনা যে কালিৰ লাখপতিয়ে আজি পথত ভিক্ষা মাগী আছে

ସମକକ୍ଷ : বঞ্চনা