ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিজনে বিজয় লাভ কৰিছে
ଉଦାହରଣ : জনসাধাৰণে বিজয়ীজনক নিজৰ কান্ধৰ ওপৰত উঠাই লʼলে
ସମକକ୍ଷ : অভিজিত, বিজেতা
ଅର୍ଥ : যি জিকিব পাৰে বা জিকাৰ যোগ্য
ଉଦାହରଣ : দুষ্টও প্রেমৰ দ্বাৰা জয়ী হয়
ସମକକ୍ଷ : জিকাৰু, জিনোতা, জিষ্ণু, জেতা, জয়যুক্ত, জয়শীল, জয়ী, বশকাৰী, বিজেতা, সফল
ଅର୍ଥ : পৰাজিত কৰোতা
ଉଦାହରଣ : বিজেতা ৰজাই পৰাজিত ৰজাক বন্দী কৰিছিল
ସଂସ୍ଥାପନ କରନ୍ତୁ