ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বিজ্ঞান ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বিজ্ঞান   বিশেষ্য

ଅର୍ଥ : কোনো বিষয়ত জড় পদার্থ ্বা লৌকিক বিষয়ৰ ্সন্দর্ভত ্লাভ কৰা কোনো কথা বা তত্ত্বৰ প্রণালীবদ্ধ বিৱৰণ যি এক স্বয়ং সম্পূর্ণ ্শাস্ত্রৰ ৰূপত থাকে

ଉଦାହରଣ : ৰামে ৰাজনীতি বিজ্ঞান পঢ়ি আছে ৰাহুলে বর্ত্্মান জ্যোতিষ বিদ্যা অধ্যয়ন কৰি আছে

ସମକକ୍ଷ : বিদ্যা, শাস্ত্র

ଅର୍ଥ : পদার্থ ্শাস্ত্র, ৰসায়ন শাস্ত্র, জীৱবিজ্ঞান আৰু গণিতশাস্ত্র আদি সন্নিৱিষ্ট হৈ থকা বিষয়ৰ জ্ঞান

ଉଦାହରଣ : মোৰ ছোৱালীজনীয়ে বিজ্ঞানৰ কিতাপ পঢ়ি আছে