ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বিজ্ঞপ্তি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বিজ্ঞপ্তি   বিশেষ্য

ଅର୍ଥ : কোনো কথা কোৱা বা জনোৱা কার্য

ଉଦାହରଣ : বিশ্ব স্বাস্থ্য সংস্থাৰ এক বিজ্ঞপ্তি অনুসৰি সমগ্র পৃথিৱীত বছৰি নিগনিয়ে ৩৩ কোটি টন চাউল খায়

ଅର୍ଥ : বিশেষভাৱে বাতৰি-কাকত, ৰেডিঅ, ্দূৰদর্শন আদিৰ জৰিয়তে কোনো বয়-বস্তু আদিৰ বিক্রী বা কোনো গুৰুত্ব পূর্ণ ্কথা আৰু খবৰ সকলো লোকৰ জ্ঞাতার্থে ্প্রচাৰ কৰা ব্যৱস্থা

ଉଦାହରଣ : আজিৰ বাতৰি-কাকত বিজ্ঞাপনেৰে ভৰি আছে

ସମକକ୍ଷ : ইস্তাহাৰ, বিজ্ঞাপন

বিজ্ঞপ্তি   বিশেষণ

ଅର୍ଥ : যাৰ বিষয়ে জনোৱা হৈছে বা যাৰ জাননী দিয়া হৈছে

ଉଦାହରଣ : এই বিজ্ঞপ্তিটোৰ বিষয়ে সকলো অৱগত