ଅର୍ଥ : কোনো কথা বা বস্তু আদি পাবৰ কাৰণে কৰা ইচ্ছা
ଉଦାହରଣ :
মোৰ কিবা খাবৰ মন গৈছে
ସମକକ୍ଷ : অভিলাষ কৰা, ইচ্ছা কৰা, ইচ্ছা যোৱা, মন যোৱা
ଅର୍ଥ : কোনো কথা বা কামত কৰা ইচ্ছা
ଉଦାହରଣ :
মই আপোনাৰ পৰা আর্থিক সাহায্য বিচাৰিছোঁ মই ভৱিষ্যতে সকলো ভাল হʼব বুলি আশা কৰিছোঁ
ସମକକ୍ଷ : আশা কৰা
ଅର୍ଥ : কোনো ব্যক্তি, বস্তু, ঠাই আদি কʼত আছে চোৱা
ଉଦାହରଣ :
পুলিচে হত্যাকাৰীক বিচাৰি ফুৰিছে
ସମକକ୍ଷ : অনুসন্ধান কৰা, অন্বেষণ কৰা