ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বিচাৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বিচাৰ   বিশেষ্য

ଅର୍ଥ : লুকাই থকা বা হেৰোৱা কোনো বস্তু বিচৰা কার্য ্বা ভাব

ଉଦାହରଣ : পুলিচে হত্যাকাৰীৰ অনুসন্ধান চলাই আছে

ସମକକ୍ଷ : অনুসন্ধান, তালাচী

ଅର୍ଥ : কোনো বিষয় আদিত প্রকাশ কৰা কাৰোবাৰ নিজৰ বিচাৰ বা সন্মতি

ଉଦାହରଣ : সকলোৰে বিচাৰত এই কামটো ভাল হৈছে

ସମକକ୍ଷ : মত, ৰায়

ଅର୍ଥ : কোনো বস্তুৰ গুণাগুণ আদিৰ বিষয়ে জানিবৰ কাৰণে কৰা ব্যৱহাৰ

ଉଦାହରଣ : ৰচী টনা শক্তি পৰীক্ষাৰ এটা খেল

ସମକକ୍ଷ : পৰীক্ষা

ଅର୍ଥ : মনত উদয় হোৱা কথা

ଉଦାହରଣ : মোৰ মতে এই কামটো এতিয়াই হৈ যোৱা উচিত বিচাৰৰ ওপৰত বিবেকৰ অংকুশ নিশ্চয় থকা উচিত

ସମକକ୍ଷ : খিয়াল, খেয়াল, মত

ଅର୍ଥ : বিচাৰপূর্বক নি্র্ণয় ্ কৰা ক্রিয়া

ଉଦାହରଣ : আজিকালিৰ আলোচনা চক্রত তুলসী দাসৰ ৰচনাৰাজি ভালদৰে বিবেচনা কৰে

ସମକକ୍ଷ : পর্যালোচনা, বিচাৰ-বিবেচনা, বিবেচনা, মীমাংসা, মূল্যায়ন

ଅର୍ଥ : কোনো বিষয়ৰ তথ্য সম্বন্ধে চালিজাৰি চোৱা কার্য

ଉଦାହରଣ : তহচিলদাৰে গাঁওখনৰ তদন্ত কৰিবলৈ আহি আছে

ସମକକ୍ଷ : অনুসন্ধান, অন্বেষণ, তদন্ত, বুজ

ଅର୍ଥ : কোনো ঘটনা বা বিষয়ৰ মূল কাৰণৰ বা ৰহস্যৰ সন্ধান কৰা কার্য

ଉଦାହରଣ : এই বিষয়টোৰ অনুসন্ধান উচ্চ বিষয়াবর্গৰ জৰিয়তে কৰা হʼব

ସମକକ୍ଷ : অনুসন্ধান, সম্পৰীক্ষা