ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বিকাশ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বিকাশ   বিশেষ্য

ଅର୍ଥ : পূর্বৰ ্অৱস্থাতকৈ ভাল অৱস্থা বা উচ্চ অৱস্থাৰ পিনে ধাৱমান হোৱা কার্য

ଉଦାହରଣ : ভাৰতৰ উন্নতি ভাৰতীয়সকলৰ ওপৰত নি্র্ভৰ কৰে

ସମକକ୍ଷ : উত্থান, উদ্গতি, উন্নতি, উন্নয়ন, প্রগতি

ଅର୍ଥ : বঢ়া বা বিকশিত হোৱা কার্য ্বা ভাব

ଉଦାହରଣ : জন্মৰ পৰা পাঁচবছৰ বয়সলৈকে শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ সকলোতকৈ অধিক হয়

ଅର୍ଥ : বঢ়া বা বঢ়োৱা কার্য

ଉଦାହରଣ : অজ্ঞানতাই আমাৰ অহংকাৰ বৃদ্ধি কৰে

ସମକକ୍ଷ : বৃদ্ধি, সংবর্ধন, ্বর্ধন