ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি সেনাই যুদ্ধ বিমানেৰে যুদ্ধ কৰে বা আকাশমার্গত কার্য ্ সম্পাদন কৰে
ଉଦାହରଣ : ভাৰতীয় বায়ু সেনাই শত্রু-দেশৰ ওপৰত বিমানেৰে আক্রমণ কৰি বিভিন্ন চহৰ ধ্বংস কৰি পেলালে
ସମକକ୍ଷ : আকাশী সেনা, বায়ু সেনা, বায়ু-সেনা
ସଂସ୍ଥାପନ କରନ୍ତୁ