ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : আগদিনাই বা বহু সময়ৰ আগতেই ৰন্ধা
ଉଦାହରଣ : বাহি হোৱা আহাৰ খালে শৰীৰৰ অপকাৰ হʼব পাৰে
ସମକକ୍ଷ : পর্যুষিত, বাহি
ଅର୍ଥ : যি নিজৰ ওপৰত বা নিজৰ মাজত কোনো বস্তু ৰাখি বা কঢ়িয়াই কʼৰবালৈ লৈ যায়
ଉଦାହରଣ : ৰক্ত বাহী নলিকাৰে হৃদযন্ত্রলৈ তেজ চলাচল কৰে
ସମକକ୍ଷ : বাহিকা
ସଂସ୍ଥାପନ କରନ୍ତୁ