ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বাসনা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বাসনা   বিশেষ্য

ଅର୍ଥ : কোনো বস্তু লাভৰ বা সুখৰ কাৰণে কৰা অভিলাষা বা লালসা

ଉଦାହରଣ : ঘূৰা-ফুৰাটো মমতাৰ এটা চখ

ସମକକ୍ଷ : ইচ্ছা, চখ

ଅର୍ଥ : কোনো কথা কʼবৰ বা কোনো বস্তু পাবৰ কাৰণে ওপজা মনোবৃত্তি:মানুহৰ সকলো ইচ্ছাই পূর্ণ নহয় তেওঁৰ্ পঢ়াৰ প্রতি খুউব আগ্রহ

ଉଦାହରଣ :

ସମକକ୍ଷ : অভিপ্রায়, অভিলাষ, অভীপ্সা, আকাংক্ষা, আকুল, আকূতি, আগ্রহ, আশা, আশা-দশা, আশা-ভাৰসা, ইচ্ছা, ঈপ্সা, কামনা, খেয়াল, খেয়াল-খুচি, ধাউতি, বাঞ্ছা, ভাৰসা, মন, মর্জি, মর্জ্জি, স্পৃহা, হাউচ, হাবিলাস, হাবিয়াস, হাবিয়াহ, হেঁ্পাহ

ଅର୍ଥ : কিবা পাবৰ কাৰণে কৰা ইচ্ছা

ଉଦାହରଣ : বাসনাৰ কেতিয়াও অন্ত নহয়

ସମକକ୍ଷ : কামনা