ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কিষ্কিন্ধাৰ বানৰ ৰজা যিজন সুগ্রীবৰ ককায়েক আৰু অংগদৰ পিতৃ আছিল
ଉଦାହରଣ : বালীক ভগৱান ৰামে মাৰিছিল
ଅର୍ଥ : ইণ্ডোনেছিয়াৰ এটা দ্বীপ
ଉଦାହରଣ : বালীৰ বেছিভাগ অধিবাসীয়েই হিন্দু
ସମକକ୍ଷ : বালী দ্বীপ
ଅର୍ଥ : বালী দ্বীপৰ লোকৰ ভাষা
ଉଦାହରଣ : তেওঁ নিজৰ খুৰীয়েকৰ পৰা বালী শিকিলে
ସମକକ୍ଷ : বালী ভাষা
ଅର୍ଥ : যি লিপিত বালী ভাষা লিখা হয়
ଉଦାହରଣ : বালীৰ হোটেলত লিখা বালী কথাখিনি তেওঁ পঢ়িব নোৱাৰিলে
ସମକକ୍ଷ : বালী লিপি
ସଂସ୍ଥାପନ କରନ୍ତୁ