ଅର୍ଥ : জন্মৰ পৰা এক-দুই বছৰ বয়সৰ লʼৰা-ছোৱালী
ଉଦାହରଣ :
মাকে কেঁচুৱাটোক পিয়াহ খুৱাই আছে
ସମକକ୍ଷ : কেঁচুৱাশিশু, পেন্দুকণা, বাচ্চা
ଅର୍ଥ : যি ব্যক্তিৰ কোনো বিশেষ ক্ষেত্রত জ্ঞান, অনুভৱ আদিৰ অভাৱ হয়
ଉଦାହରଣ :
বিজ্ঞানৰ ক্ষেত্রত এতিয়া আপুনি বালক