ଅର୍ଥ : বার্মা দেশৰ মূল অধিবাসী
ଉଦାହରଣ :
পোর্টব্লেয়াৰত অৱস্থিত বৌদ্ধ মন্দিৰে আজিও বার্মিজসকলৰ স্মৃতি সজীৱ কৰি ৰাখিছে
ସମକକ୍ଷ : বার্মাবাসী
ଅର୍ଥ : যি লিপিত বার্মিজ ভাষা লিখা হয়
ଉଦାହରଣ :
এই বৌদ্ধ স্তুপটোৰ ওপৰত বার্মিজত কিবা লিখা আছে
ସମକକ୍ଷ : বার্মিজ লিপি