ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : নদী বা জলাশয়ৰ পানী ৰুধিবৰ কাৰণে তাৰ পাৰত শিল,মাটি আদিৰে বনোৱা এক ব্যৱস্থা
ଉଦାହରଣ : নদীত বান্ধ সাজি বিজুলী উৎপাদন কৰা হয়
ସମକକ୍ଷ : বান, মথাউৰি
ଅର୍ଥ : ৰচী, কাপোৰ আদিত বিশেষধৰণে দিয়া পাক বা গ্রথিত ৰূপ
ଉଦାହରଣ : তেওঁ ্ কাপোৰৰ গাঁথিটো খুলিব নোৱাৰিলে
ସମକକ୍ଷ : গাঁথি, গ্রন্থি, ডোৰ, বন্ধন, বান্ধোন
ସଂସ୍ଥାପନ କରନ୍ତୁ