ଅର୍ଥ : বানত যাৰ ক্ষতিসাধন হৈছে
ଉଦାହରଣ :
চৰকাৰে বানপীড়িত লোকসকলক যতদূৰ সম্ভৱ সহায়-সহযোগ কৰি আছে
ସମକକ୍ଷ : বান-পীড়িত
ଅର୍ଥ : যʼত বানপানী হয়
ଉଦାହରଣ :
মন্ত্রী মহোদয়ে বানপীড়িত এলেকা পৰিভ্রমণ কৰিলে
ସମକକ୍ଷ : বান-পীড়িত, বানবিধ্বস্ত