ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বাধ্য ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বাধ্য   বিশেষ্য

ଅର୍ଥ : উপায়হীন হোৱা অৱস্থা

ଉଦାହରଣ : কেতিয়াবা কেতিয়াবা বাধ্য হৈ মানুহে ভুল কাম কৰি পেলায়

বাধ্য   বিশেষণ

ଅର୍ଥ : নিজৰ ইচ্ছাৰে একো কাম কৰিব নোৱাৰা অৱস্থাত পৰোঁতাজন

ଉଦାହରଣ : মই এই কামটো কৰিবৰ কাৰণে বাধ্য

ସମକକ୍ଷ : অধীন, পৰবশ, বশীভূত

ଅର୍ଥ : যিটো ফাটি গৈছে

ଉଦାହରଣ : দাৰিদ্রতাই ৰীতাক ফটা কাপোৰ পিন্ধিবলৈ বাধ্য কৰিলে

ସମକକ୍ଷ : মজবুৰ