ଅର୍ଥ : প্রতিৰোধ বা বিৰোধ নকৰা
ଉଦାହରଣ :
অপ্রতিহত যুদ্ধ কেনেকৈ সম্ভৱ হʼল
ସମକକ୍ଷ : অপ্রতিহত, নির্বিবাদ, প্রতিৰোধহীন
ଅର୍ଥ : যাৰ কোনো নিয়ন্ত্রণ বা বাধা নাই
ଉଦାହରଣ :
হিটলাৰ এজন স্বেচ্ছাচাৰী শাসক আছিল
ସମକକ୍ଷ : কুণ্ঠাৰহিত, নিৰঙ্কুশ, লেকাম নাইকিয়া, স্বেচ্ছাকৃত, স্বেচ্ছাচাৰী