ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বাধা দিয়া ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বাধা দিয়া   ক্ৰিয়া

ଅର୍ଥ : কাৰোবাৰ কোনো কাম দেখি কোনো কথা কৈ বাধা দিয়া বা তেওঁৰ সৈতে কোনোধৰণৰ সোধ-পোছ কৰা

ଉଦାହରଣ : শিক্ষকে শিক্ষার্থীসকলৰ বেয়া হাতৰ আখৰ দেখি ্তেওঁলোকক বাধা দিলে

ଅର୍ଥ : বাধা প্ৰদান কৰা কাৰ্য

ଉଦାହରଣ : ৰমাৰ শাহুৱেকে তাইৰ প্ৰতিটো কামতে হাক দিয়ে

ସମକକ୍ଷ : হকা-বধা কৰা, হাক দিয়া

ଅର୍ଥ : ৰোধ কৰিবলৈ বা ৰখাবলৈ কাম কৰা

ଉଦାହରଣ : মাধৱে সকলো কামতে গোলমাল লগায়

ସମକକ୍ଷ : খেলিমেলি লগোৱা, গোলমাল লগোৱা, হস্তক্ষেপ কৰা, হেঙাৰ হোৱা

ଅର୍ଥ : কোনো কথা বা কামত নিষেধাজ্ঞা আৰোপ কৰা

ଉଦାହରଣ : মাকে লʼৰাটোক ৰʼদত বাহিৰ ওলোৱাৰ ক্ষেত্রত বাধা দিলে

ସମକକ୍ଷ : নিষেধ কৰা, মানা কৰা, হাক দিয়া