ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বাধা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বাধা   বিশেষ্য

ଅର୍ଥ : কোনো কাম কৰাৰ সময়ত হোৱা বাধা

ଉଦାହରଣ : এই কামটোত বিঘিনি নঘটিবৰ কাৰণে মই ভগৱানক প্রার্থন্া কৰিছো

ସମକକ୍ଷ : বাধা-বিঘিনি, বিঘিনি, বিঘ্ন, বিপত্তি

ଅର୍ଥ : কোনো কামত বা কথাত মানা কৰা

ଉଦାହରଣ : ন্যায়ালয়ৰ আদেশ অনুসৰি ৰাজহুৱা স্থানত ধুম-পান কৰা নিষেধ

ସମକକ୍ଷ : নামঞ্জুৰ, নিবাৰণ, নিষেধ, বাধা-নিষেধ, বাৰক, মানা, হাক, হাক-বচন

ଅର୍ଥ : কাৰোবাক বাধা দিয়া বা হেঁ্চা প্রয়োগ কৰাৰ কাৰণে কৰা কোনো কাম

ଉଦାହରଣ : লʼৰা-ছোৱালীক কিছু পৰিমাণে নিয়ন্ত্রণ কৰাটো জৰুৰী

ସମକକ୍ଷ : অংকুশ, নিয়ন্ত্রণ

ଅର୍ଥ : বাধাপ্রাপ্ত হোৱা অৱস্থা, ভাব বা ক্রিয়া

ଉଦାହରଣ : পানীৰ নলীত বাধা পৰা কাৰণে পানী কম কমকৈ ওলাইছে

ସମକକ୍ଷ : অন্তৰায়, প্রতিবন্ধ, প্রতিবন্ধক

ଅର୍ଥ : কোনো কাম, পথ, বিকাশ আদিৰ সন্মুখত উপস্থিত হৈ অসুবিধাৰ সৃষ্টি হোৱা অৱস্থা

ଉଦାହରଣ : মোহনে মোৰ সকলো কামতে বাধা জন্মায়

ସମକକ୍ଷ : অন্তৰায়, অসুবিধা, অৱৰোধ, আলৈ-আহুকাল, আহুকাল, জেঙা, নিষেধ, প্রতিবন্ধ, প্রতিবন্ধক, প্রতিবন্ধকতা, বাধা-নিষেধ, বাধা-বিঘিনি, বাধাদান, বিঘিনি, ব্যাঘাত, লেঠা, হকা-বধা, হেঙা-পুঙা, হেঙাৰ

ଅର୍ଥ : বাধা দিয়া বা ৰখোৱা কার্য

ଉଦାହରଣ : সীমাৰ ভিতৰত শত্রুৰ প্রবেশ বন্ধ কৰাত সৈনিক সফল হৈছে

ସମକକ୍ଷ : বন্ধ কৰা-

বাধা   বিশেষণ

ଅର୍ଥ : যাক নিষেধ কৰা হৈছে

ଉଦାହରଣ : এই বিলত ্সাঁতোৰাত বাধা আছে

ସମକକ୍ଷ : নিষিদ্ধ, নিষেধিত, বর্জিত, মানা