ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : বাধা উৎপন্ন কৰা ব্যক্তি
ଉଦାହରଣ : বাধকৰ কাৰণে মই ভালেকেইটা কাম কৰিব পৰা নাই
ଅର୍ଥ : অৱৰোধ সৃষ্টি কৰোঁতা বা বাধা প্রদান কৰোঁতা
ଉଦାହରଣ : শিক্ষাহীনতা দেশৰ বিকাশত এক অৱৰোধক
ସମକକ୍ଷ : অৱৰোধক, অৱৰোধকাৰী, প্রতিবন্ধকাৰী, বাট-ভেটোঁতা, বাধন্তা, বাধাদানকাৰী, বাধাপ্রদানকাৰী, বাধোঁতা, বিঘটনকাৰী
ସଂସ୍ଥାପନ କରନ୍ତୁ