ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বাতায়ন ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বাতায়ন   বিশেষ্য

ଅର୍ଥ : বতাহ আৰু পোহৰ সোমাবৰ কাৰণে বেৰত কৰা সৰু দুৱাৰৰ দৰে অংশ:এই কোঠাটোত এখন খিৰিকি আছে

ଉଦାହରଣ :

ସମକକ୍ଷ : খিড়িকি, খিৰিকি, গৱাক্ষ, জানলা, জানালা

ଅର୍ଥ : বতাহ চলাচল আৰু পোহৰ সোমোৱাৰ সুচল হোৱাকৈ কোনো ঘৰ আদিত সজা দর্জাৰ নিচিনা কিন্তু তাতকৈ সৰু অংশবিশেষ

ଉଦାହରଣ : তেওঁ খিৰিকিৰে বাহিৰ ওলাই গʼল

ସମକକ୍ଷ : খিৰিকি, গৱাক্ষ

ଅର୍ଥ : বতাহ আৰু পোহৰ সোমোৱাৰ কাৰণে বেৰত সজা জালি থকা ডাঙৰ অংশ বা ছেদ

ଉଦାହରଣ : ঘৰখনত বতাহ চলাচল কৰিবৰ কাৰণে তেওঁ প্রতিটো কোঠাতে খিৰিকি লগাইছে

ସମକକ୍ଷ : খিৰিকি, খিৰিকী, গৱাক্ষ