ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : বিদ্যা আৰু বাণীৰ অধিষ্ঠাত্রী দেৱী
ଉଦାହରଣ : সৰস্বতীৰ বাহন হংস
ସମକକ୍ଷ : কাদম্বৰী, পদ্মাসনা, বাগ্দেৱী, বিদ্যাদেৱী, বীণাপাণি, ভাৰতী, মহাশ্বেতা, শতৰূপা, শুক্লা, সর্ব্ব্্শুক্লা, সাৰদা, সৰস্বতী, হংসবাহিনী, হংসাৰূহা
ଅର୍ଥ : কোৱা কথা
ଉଦାହରଣ : নিজৰ গুৰুৰ বিষয়ে তেওঁৰ উক্তি শুনি আমি হতাশ হʼলোঁ আমাৰ কোৱা মানা
ସମକକ୍ଷ : উক্তি, কথন, কোৱা, জবান, বচন, বাইক, বাক্, বাক্য, বাত, বুলি, বয়ান, মুখৰ কথা
ଅର୍ଥ : মানুহৰ মুখৰ পৰা ওলোৱা অর্থসূচক শ্্ব্দ
ଉଦାହରଣ : আনৰ ভাল লগা কথাহে কোৱা উচিত
ସମକକ୍ଷ : কথা, বচন
ସଂସ୍ଥାପନ କରନ୍ତୁ