ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বাট ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বাট   বিশেষ্য

ଅର୍ଥ : গন্তব্য স্থানত পাবৰ কাৰণে মাজতে পৰা সেই ভূ-ভাগ যাৰ সহায়ত লক্ষ্য স্থান প্রাপ্তিৰ কাৰণে যাবলগীয়া হয়

ଉଦାହରଣ : এই পথটো চিধা মোৰ ঘৰলৈকে গৈছে

ସମକକ୍ଷ : পথ, মার্গ, ৰাস্তা

ଅର୍ଥ : গন্তব্য স্থান পাবলৈ বা কʼৰবালৈ আগবাঢ়িবলৈ যিফালে যোৱা যায়

ଉଦାହରଣ : উৰা জাহাজৰো নির্দিষ্ট পথ আছে

ସମକକ୍ଷ : পথ, মার্গ, ্ ৰাস্তা

ଅର୍ଥ : কোনো কামত আহুকাল বা জটিলতা নথকা যি অৱস্থা:মণ্ডপৰ চকীবোৰ অতিথিৰ সুবিধা হোৱাকৈ সজাই থৈছে

ଉଦାହରଣ :

ସମକକ୍ଷ : উপায়, চল, দাও, সুচল, সুবিধা, সুযোগ, সুযোগ-সুবিধা