ଅର୍ଥ : জন্মৰ পৰা এক-দুই বছৰ বয়সৰ লʼৰা-ছোৱালী
ଉଦାହରଣ :
মাকে কেঁচুৱাটোক পিয়াহ খুৱাই আছে
ସମକକ୍ଷ : কেঁচুৱাশিশু, পেন্দুকণা, বালক
ଅର୍ଥ : কম বয়সীয়া লʼৰা বা ছোৱালী
ଉଦାହରଣ :
তেওঁ শিশুৰ কাৰণেও গল্প লিখে এই চিনেমাখন সৰু লʼৰা-ছোৱালীয়ে খুউব ভাল পায়
ସମକକ୍ଷ : বালক-বালিকা, লʼৰা-ছোৱালী, শিশু, সৰু লʼৰা-ছোৱালী