ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ফল, ফুল বা মূল্যবান গছ-গছনি আদি নিয়াৰিকৈ ৰুই থোৱা স্থান:লʼৰা-ছোৱালীবোৰে বাগিচাত মধুৰিআম পাৰি আছিল
ଉଦାହରଣ :
ସମକକ୍ଷ : উদ্যান, কানন, বাগ, বাগিচা
ଅର୍ଥ : যি ঠাইত বিস্তৃত আৰু শৃংখলিতভাৱে শস্য বা ফলমূল আদি উৎপন্ন কৰা হয়
ଉଦାହରଣ : চাহ বাগানত কাম কৰা শ্রমিকসকলে ধর্মঘট কৰিছিল
ସଂସ୍ଥାପନ କରନ୍ତୁ