ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বাকী ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বাকী   বিশেষ্য

ଅର୍ଥ : যি ৰৈ গৈছে (যেতিয়া কোনো কাৰণত নষ্ট বা শেষ হৈ যায়)

ଉଦାହରଣ : ঘৰত জুই লগাত একোৱেই বাকী নৰʼল

ସମକକ୍ଷ : অৱশিষ্ট, অৱশেষ

বাকী   বিশেষণ

ଅର୍ଥ : যি বাকী হোৱাৰ কাৰণে দিয়া হয়

ଉଦାହରଣ : ৰামুৱে বাকী ঋণখিনি সোনকালেই ফিৰাই দিম বুলি কথা দিলে

ସମକକ୍ଷ : দিবলগীয়া, দেয়

ଅର୍ଥ : যি কাৰোবাৰ জিম্মাত বাকী থাকি গৈছে

ଉଦାହରଣ : মই বকেয়া ধন জমা কৰিবলৈ গৈছিলোঁ

ସମକକ୍ଷ : বকেয়া