ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কম উচ্চতাৰ বা চুটি-চাপৰ মানুহ
ଉଦାହରଣ : চার্কাচত বাওনাৰ খেল দেখি লʼৰা-ছোৱালীবোৰ আনন্দত মতলীয়া হৈ পৰিল
ସମକକ୍ଷ : কটিয়া, বামন
ଅର୍ଥ : সৰু আকাৰ বা অবয়ৱযুক্ত
ଉଦାହରଣ : বাওনা মানুহজনে জপিয়াই জপিয়াই গছৰ ডালটো ধৰিবৰ কাৰণে চেষ্টা কৰি আছে
ସମକକ୍ଷ : বামন, সৰু
ସଂସ୍ଥାପନ କରନ୍ତୁ