ଅର୍ଥ : ভৰিক নির্ভৰ নকৰাকৈ আৰাম কৰা এক স্থিতি:আলহীসকল চʼৰাঘৰত বহিছে
ଉଦାହରଣ :
ସମକକ୍ଷ : আসন গ্রহণ কৰা, আসন লোৱা, উপবেশন কৰা, বহা
ଅର୍ଥ : বিনা কামত থকা বা কর্মহীনভাৱে থকা
ଉଦାହରଣ :
আচার্য ্উপাধি পোৱাৰ পিছতো মনোজ বহি আছে