ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি বস্তু কোনো কামত ব্যৱহাৰ কৰা হয়
ଉଦାହରଣ : ইটা, চিমেণ্ট আদি সামগ্রী ঘৰ সজা কামত লাগে
ସମକକ୍ଷ : পদার্থ, মাল, মাল-বস্তু, সামগ্রী
ଅର୍ଥ : বাস্তৱিক বা কল্পিত সত্তা
ଉଦାହରଣ : বতাহ এক বিমূর্ত্ত বস্তু
ସମକକ୍ଷ : সামগ্রী
ଅର୍ଥ : যিটোৰ কোনো আকাৰ বা ৰূপ আছে আৰু যিটো কোনো খণ্ড, শৰীৰ আদিৰ ৰূপত থাকে
ଉଦାହରଣ : গাখীৰ এবিধ পেয় পদার্থ
ସମକକ୍ଷ : দ্রব্য, পদার্থ
ସଂସ୍ଥାପନ କରନ୍ତୁ