ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : শৰীৰত গুটি-গুটি ওলোৱা এবিধ সংক্রামক ৰোগ
ଉଦାହରଣ : মার্চ, এপ্রিল মাহত বসন্তৰ প্রাদুর্ভাৱ অধিক হয়
ସମକକ୍ଷ : আই, আই ওলোৱা, পক্স, বসন্ত ওলোৱা, বসন্ত ৰোগ, শীতলা
ଅର୍ଥ : সর্বশ্রেষ্ঠ জ্ঞান কৰা ঋতু বা মাঘ মাহৰ দ্বিতীয় পক্ষৰ আৰম্ভণিৰ পৰা চʼত মাহৰ প্রথম পক্ষৰ শেষলৈকে ধৰা সময়ছোৱা
ଉଦାହରଣ : বসন্তৰ আগমনত প্রকৃতি জাতিষ্কাৰ হৈ উঠিল
ସମକକ୍ଷ : ঋতুপতি, ঋতুৰাজ, কামসখ, কুসুমাকৰ, কুসুমাগম, বসন্তকাল, মধুকাল, মধুমাস, হিমান্ত
ସଂସ୍ଥାପନ କରନ୍ତୁ