ଅର୍ଥ : কাপোৰ, চামৰা আদিৰে খেলিবলৈ সাজি লোৱা গোলাকাৰ বস্তু:এই বলটোত বতাহ নাই শিশুবোৰে বল লৈ খেলিবলৈ বৰ ভাল পায়
ଉଦାହରଣ :
ଅର୍ଥ : ক্রিকেট খেলত বলাৰে বলিং কৰা কার্য
ଉଦାହରଣ :
শচীনে চৈয়ব আখটাৰৰ প্রথম বলতে ছয় কোবালে