ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বর্ণ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বর্ণ   বিশেষ্য

ଅର୍ଥ : বর্ণ্্মালাৰ কোনো স্বৰ বা ব্যঞ্জন বর্ণ

ଉଦାହରଣ : শিক্ষাৰ আৰম্ভণি আখৰৰ জ্ঞানৰ পৰা আৰম্ভ হয়

ସମକକ୍ଷ : অক্ষৰ, আখৰ, হৰফ

ଅର୍ଥ : মানৱ সমাজত বংশ-পৰম্পৰা অনুসৰি কৰা শ্রেণীবিভাগ:হিন্দু সমাজত একে জাতিৰ ভিতৰতে বিয়া হোৱা প্রথা আছে

ଉଦାହରଣ :

ସମକକ୍ଷ : কুল, গোত্র, জাত, জাত-কুল, জাতি, বংশ, সম্প্রদায়, ্ জাত-পাত

ଅର୍ଥ : হিন্দুসকলৰ চাৰি বিভাগ- ব্রাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্র

ଉଦାହରଣ : বর্ণ ব্যৱস্থাত ব্রাহ্মণৰ স্থান সকলোতকৈ ওপৰত