ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : জংঘল সম্বন্ধীয় বা জংঘলৰ
ଉଦାହରଣ : কিছুমান আদিবাসী জাতিয়ে জংঘলত বসতি কৰাৰ কাৰণে জংঘলী জীৱনত অভ্যস্ত হৈ পৰে
ସମକକ୍ଷ : জংগলী, জংঘলী, জঙ্ঘলী, বনৰীয়া
ଅର୍ଥ : হাবি বা অৰণ্যত থকা
ଉଦାହରଣ : বন্য প্রাণীৰ হত্যা কৰা আইন মতে দণ্ডনীয়
ସମକକ୍ଷ : অৰণ্যচাৰী, অৰণ্যচৰ, জংঘলী, বনচাৰী, বনচৰ, বনৰীয়া
ଅର୍ଥ : বনত হোৱা বা পোৱা
ଉଦାହରଣ : এইজোপা বনজ উদ্ভিদ
ସମକକ୍ଷ : আৰণ্যক, জংঘলী, বনজ, বনজাত, বনৰীয়া
ସଂସ୍ଥାପନ କରନ୍ତୁ